How to keep your BONES(হাড়) healthy and strong💪🦴
হাড় আৰু সংলগ্ন উপাস্থি বা কাৰ্টিলেজ (cartilage), অস্থি বা হাড়ৰ মাজৰ জোৰা বা গাঁঠি(joint) এই সকলোবোৰকে কঙ্কাল তন্ত্ৰ বুলি কোৱা হয়। চুলি আৰু নখক বাহ্যিক কঙ্কাল তন্ত্ৰ বুলি কোৱা হয়। এই চুলি আৰু নখ ছালৰ পৰা গজে।চিত্ৰ: human skeleton
Telegram Channel 👈 (click to join)FOR DAILY UPDATES
হাড়ৰ প্ৰধান কাম :-
১) হাড়ে শৰীৰক আকাৰ দিয়ে আৰু শৰীৰক ধৰি ৰাখে।
২) মাংস, টেলচন, লিগামেণ্ট সঠিকভাৱে ধৰি ৰাখে।
৩) শৰীৰৰ ভাৰ বহন কৰে।
৪) মঙহবোৰ চলাচল কৰাত সহায় কৰে।
৫) মগজু, স্নায়ুৰজ্জু, কলিজা, হাওঁফাওঁ আদিক সুৰক্ষা কৰে।
৬) হাড়ৰ ভিতৰত থকা মজ্জাই লোহিত ৰক্ত কণিকা গঠনত সহায় কৰে।
৭) শৰীৰৰ মুঠ শতকৰা ৯৭ ভাগ কেলচিয়াম আৰু ফছফৰাছ জমা ৰখাত সহায় কৰে।
৮) হাড়ৰ মজ্জাত থকা ৰেটি কিউলৰ এলড থেলিয়েল কোষে শৰীৰক প্ৰতিৰোধ কৰাত শক্তি বৃদ্ধি কৰে।
৯) নাকৰ কাষত থকা পেৰানেজেল চাইনাছে মানুহৰ মাতটো নিয়ন্ত্ৰণ কৰে।
হাড়ত হ’ব পৰা প্ৰধান ৰোগসমূহ :-
যক্ষ্মা, স্কাৰ্ভি, হাড়ভগা, অষ্টিয়ন পৰচিচি (কেলচিয়ামৰ অভাৱত হয়), হাড় থুনুকা, হাড় বঢ়া, হাড় টেমুনা, বাত বিষ, হাড়ৰ কৰ্কট ৰোগ, গাঁঠি বিষ, স্পণ্ডেলাইটিচ (কামিহাড় বিষ), শিশুৰ পয়ালগা, হাড় বেঁকা হোৱা ৰোগ আদি।
চিত্ৰ: Bone cancer
হাড়ৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰি হাড় মজবুত কৰিব পৰা শাক-পাচলি, ফল-মূল আৰু মাংস জাতীয় খাদ্য বস্তু( how to strengthen your bones ) :-
পালেং শাক, গোমধান, শুকান নাৰিকল, ব্ৰাহ্মী, খুতুৰা শাক, মানিমুনি,ৰঙালাউৰ আগ, টেঙেচি, মূলা শাক, নহৰু, বীট, কোমোৰা, মহানিমৰ পাত, বাদাম, খেজুৰ, গাখীৰ, কলমৌ শাক, মৌ, মৰিচা শাক, মাছ, আমলখি, ছাগলীৰ ঠেঙৰ মজ্জা, মাংস, পুৰাকল, অৰ্জুন গছৰ ছাল, নাচপতি, পূৰৈ শাক, নৰসিংহ আদি!
আজি আপোনালোকে এই blog টো চাই গম পালে যে হাড়(bone) সুস্থ কৰি ৰখাটো আমাৰ শৰীৰৰ বাবে কিমান গুৰুতত্বপূৰ্ন আৰু লগতে ইয়াক শক্তিশালী কৰি ৰখাৰ ঘৰুৱা উপায়(home remedies)ও জানিব পাৰিলে। এনেধৰণৰ স্বাস্থ্য(health) সম্পৰ্কীয় দৰকাৰী প্ৰবন্ধ, খবৰ পাই থাকিবলৈ আমাৰ Telegram Channel (👈click) টো subscribe কৰক য'ত আপুনি আমাৰ daily blogs বোৰৰ update ও পাই থাকিব ।
যদি আপুনি এনে স্বাস্থ্যসেৱাৰ আৰু অধিক প্ৰবন্ধ চাব বিচাৰে তেন্তে আমাক অনুসৰণ কৰক আৰু তলত comment কৰক। এই লেখাটো আনকো শ্বেয়াৰ কৰক যাতে তেওঁলোকে স্বাস্থ্যসেৱাৰ বিষয়ে সচেতন হ'ব পাৰে আৰু খাদ্য আৰু ইয়াৰ পুষ্টিকৰ উপাদানৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰে।
0 Comments